ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ল’লে কোভিড ভেকচিন…

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ল’লে কোভিড ভেকচিন…
  • ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ল'লে কোভিড ভেকচিন ।
  • শুকুৰবাৰে কোভিড ভেকচিন গ্ৰহন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
  • জৱাহাৰলাল নেহৰু মেম'ৰিয়েল মেডিকেল কলেজত মুখ্যমন্ত্ৰী গৰাকীয়ে গ্ৰহন কৰে কোভিড ভেকচিনৰ প্ৰথম ডোজ ।
  • ইফালে ছত্তীশগড়ৰ ৰায়পুৰত শুকুৰবাৰৰ পৰা লকডাউন ঘোষণা কৰিছে প্ৰশাসনে ।
  • দেশত বুধবাৰে ১ লাখৰো অধিক লোক কোভিডত আক্ৰান্ত হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in