চত্তীশগড়ত নক্সালবাদী-চি আৰ পি এফৰ মাজত সংঘৰ্ষ, শ্বহীদ ১

  • চত্তীশগড়ত বৃহস্পতিবাৰে নক্সালবাদী-চি আৰ পি এফৰ মাজত সংঘৰ্ষ।
  • বীজাপুৰ জিলাত সংঘটিত হয় এই ঘটনা।
  • সংঘৰ্ষত শ্বহীদ চি আৰ পি এফ জোৱান কামতা প্ৰসাদ।
  • নক্সালবাদীৰ গুলীত আহত হৈ চিকিৎসালয়ত মৃত্যু হয় জোৱানগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in