ভোটগ্ৰহণৰ মাজতে চত্তীশগড়ত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ সংঘৰ্ষ, নিহত ২

ভোটগ্ৰহণৰ মাজতে চত্তীশগড়ত নিৰাপত্তাৰক্ষী-নক্সালবাদীৰ সংঘৰ্ষ, নিহত ২
  • চত্তীশগড়ত ডান্টেৱাড়াত নিৰাপত্তাৰক্ষী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ।
  • সংঘৰ্ষত ২ নক্সালবাদী নিহত।
  • পুৱাৰে পৰা চলি আছিল এই সংঘৰ্ষ।
  • নিৰ্বাচনৰ ওপৰত লক্ষ্য ৰাখি ৰাজ্যখনত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
  • নক্সালবাদী প্ৰভাৱিত অঞ্চলত দিনৰ তিনিবজালৈকে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in