আজি ঘোষণা ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • জল্পনা-কল্পনাৰ অন্ত পেলাই কংগ্ৰেছে আজি ঘোষণা কৰিব ছত্তীশগড়ৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম।
  • দিনৰ ১২ বজাত পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব কংগ্ৰেছৰ হাইকমাণ্ডে।
  • মুখ্যমন্ত্ৰী পদৰ দৌৰত আছে ক্ৰমে ভূপেশ বঘেল, টি এছ সিংহদেৱ, তাম্ৰধ্বজ চাহু আৰু দাস মহন্ত।
  • শনিবাৰে এই সন্দৰ্ভত চত্তীশগড়ৰ কংগ্ৰেছৰ নেতা সকলে দলৰ হাইকামাণ্ডৰ সৈতে বহিছিল বৈঠকত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in