পাছিত ভৰাই হাস্পতাললৈ নিলে গৰ্ভৱতী মহিলাক…

পাছিত ভৰাই হাস্পতাললৈ নিলে গৰ্ভৱতী মহিলাক…

ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী দৃশ্য। এগৰাকী গৰ্ভৱতী মহিলাক দুজন ব্যক্তিয়ে এটা পাছিত ভৰাই কান্ধত তুলি অগ্ৰসৰ হৈছে নদীৰ মাজেদি। এই দৃশ্য ছত্তিশগড়ৰ কাড়নাই গাঁৱৰ।

মহিলাগৰাকীক লৈ অগ্ৰসৰ হৈছে দুজন ব্যক্তি

পথৰ দুৰাৱস্থাৰ বাবে কাড়নাই গাঁৱলৈ যাব নোৱাৰে কোনোধৰণৰ বাহন। সেয়েহে এম্বুলেন্সৰ আশাত ৰৈ নাথাকি এনেদৰে পাছিত ভৰাই কান্ধত তুলিয়েই হাস্পতাললৈ নিলে মহিলাগৰাকীক। আৰু এই দৃশ্য পোহৰলৈ অহাৰ পাছতেই তীব্ৰ চৰ্চা হোৱা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in