চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডঃ গ্ৰহণ প্রথমটো শুনানি, অসন্তুষ্ট উচ্চ ন্যায়ালয়…

চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডঃ গ্ৰহণ প্রথমটো শুনানি, অসন্তুষ্ট উচ্চ ন্যায়ালয়…
  • চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন জাৰি।
  • সোমবাৰে এই আৱেদন সন্দৰ্ভত প্রথমটো শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে।
  • চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ উচ্চ ন্যায়ালয়ৰ।
  • দুসপ্তাহৰ ভিতৰত চৰকাৰক ব্যৱস্থাৱলী সম্পৰ্কে শপতনামা দিবলৈ নিৰ্দেশ দিছে আদালতে।
  • অধিবক্তা প্রদীপ বৰুৱাৰ আৱেদনৰ ভিত্তিত ন্যায়ালয়ৰ এই শুনানি।
  • উল্লেখ্য যে, অহা ৪ আগষ্টত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in