শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ডঃ গ্ৰহণ প্রথমটো শুনানি, অসন্তুষ্ট উচ্চ ন্যায়ালয়…

  • চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন জাৰি।
  • সোমবাৰে এই আৱেদন সন্দৰ্ভত প্রথমটো শুনানি গ্ৰহণ কৰে উচ্চ ন্যায়ালয়ে।
  • চন্দ্রপুৰৰ ডাম্পিং গ্রাউণ্ডক লৈ অসন্তুষ্টি প্ৰকাশ উচ্চ ন্যায়ালয়ৰ।
  • দুসপ্তাহৰ ভিতৰত চৰকাৰক ব্যৱস্থাৱলী সম্পৰ্কে শপতনামা দিবলৈ নিৰ্দেশ দিছে আদালতে।
  • অধিবক্তা প্রদীপ বৰুৱাৰ আৱেদনৰ ভিত্তিত ন্যায়ালয়ৰ এই শুনানি।
  • উল্লেখ্য যে, অহা ৪ আগষ্টত পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি