চানমাৰীত দিনদুপৰতে চুৰিকাণ্ডঃ পথৰ কাষত ৰখাই থোৱা গাড়ীৰ পৰা লুটি নিলে ধন…

চানমাৰীত দিনদুপৰতে চুৰিকাণ্ডঃ পথৰ কাষত ৰখাই থোৱা গাড়ীৰ পৰা লুটি নিলে ধন…
  • মহানগৰীৰ চানমাৰীত দিনদুপৰতে চুৰি কাণ্ড।
  • এএছ ০১ বিকিউ ৭৩৩৩ নম্বৰৰ গাড়ী এখনৰ পৰা লুটি নিলে ধন।
  • ৰাজপথৰ কাষত ৰখাই থোৱা গাড়ীৰ পৰা চোৰে লুটিলে ২৫০০০ টকা।
  • গাড়ীৰ আইনা ভাঙি ধন লৈ উধাও চোৰ।
  • গাড়ীখনৰ গৰাকীৰ নাম প্ৰদীপ দাস বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in