চানমাৰীত পুৱা ৬ বজাৰ পৰা আছুৰ আহ্বানত গণ অনশন, হাজাৰ হাজাৰ লোকৰ সমাগম

ফাইল ফটো
ফাইল ফটো
  • চানমাৰীত পুৱা ৬ বজাৰ পৰা আছুৰ আহ্বানত গণ অনশন।
  • অসম বিৰোধী কেবৰ বিৰুদ্ধে সকলো লোক ওলাই আহিছে।
  • চানমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত হাজাৰ হাজাৰ লোকৰ সমাগম।
  • সকলো লোকে জয় আই অসম ধ্বনি দি সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • ৰাইজৰ প্ৰতিবাদৰ মাজতে শুকুৰবাৰে পুৱা ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলে বিধেয়কখনত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in