চামগুৰিত আৰক্ষীৰ অভিযানঃ ড্ৰাগছ সৰবৰাহৰে জড়িত জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসহ তিনিজনক গ্ৰেপ্তাৰ…

চামগুৰিত আৰক্ষীৰ অভিযানঃ ড্ৰাগছ সৰবৰাহৰে জড়িত জলসিঞ্চন বিভাগৰ কৰ্মচাৰীসহ তিনিজনক গ্ৰেপ্তাৰ…
  • চামগুৰিত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত জলসিঞ্চন বিভাগৰ কৰ্মচাৰী।
  • চামগুৰি আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ তিনিটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী।
  • ধৃত নুৰুল আমিন, মৌচুম শইকীয়া আৰু ৰাজীৱ ৰায়।
  • ধৃত ৰাজীৱ ৰায় চামগুৰিত কৰ্মৰত জলসিঞ্চন বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী।
  • চামগুৰিৰ দৈনিক বজাৰত অভিযান চলাই ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা ২.০৬ গ্ৰাম হেৰ'ইন জব্দ।
  • দীৰ্ঘদিন ধৰি ধৃত অসাধু চক্ৰটোৱে চামগুৰিৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ তথ্য পাইছিল আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in