বিশিষ্ট ছবি নিৰ্মাতা বাসু চেত্তাৰ্জীৰ মৃত্যু…

বিশিষ্ট ছবি নিৰ্মাতা বাসু চেত্তাৰ্জীৰ মৃত্যু…
  • বিশিষ্ট ছবি নিৰ্মাতা বাসু চেত্তাৰ্জী আৰু নাই।
  • বৃহস্পতিবাৰে পুৱা তেওঁৰ মৃত্যু হয়।
  • মুম্বাইত বাধক্যজনীত ৰোগত মৃত্যু হয় চেত্তাৰ্জীৰ।
  • ৰজনীগন্ধা, চিটচ'ৰ, চটিচি বাট আদি ছবিৰ বাবে তেওঁ আছিল সৰ্বজন সমাদৃত।
  • পৰিচালক হিচাপে তেওঁ আত্মপ্ৰকাশ কৰিছিল ১৯৬৯ চনত সাৰা আকাশ নামৰ ছবিৰ জৰিয়তে।
  • তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ পৰা বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in