শেহতীয়া খবৰ
ৰাজ্যিক বিজেপিত আৰম্ভ হৈছে নেকি যদুকূল ধ্বংসৰ আখৰা? কোৰোনাৰ মাজতে শিলাদিত্যৰ ধুমুহা...  •  জিএমচিএইচত পিপিই কিট পৰিধান কৰি ৮-৯ ঘন্টা কৰ্তব্য কৰা নাৰ্ছ হঠাৎ হ’ল অসুস্থ... VIDEO  •  জলশাক কন্টেইনমেন্ট জ’ন ঘোষণা মুম্বাই পৌৰ নিগমৰ  •  ভাৰতীয় ৰিজাৰ্ৱ বেংকৰ ডেপুটি গৱৰ্ণৰৰ বাবে ৮ গৰাকী প্ৰতিদ্বন্দী  •  বিকাশ ডুবে এনকাউন্টাৰৰ তদন্ত কমিটি গঠন  •  বটদ্ৰৱাত সৰ্পদংশনত এজনৰ মৃত্যু  •  তামুলপুৰত বেংক বিষয়া কোৰোনাত আক্ৰান্ত  •  অসমৰ গৌৰাংগলাল দাস হ’ব টাইৱানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত  •  জম্মু-কাশ্মীৰত সংঘৰ্ষত সন্ত্ৰাসবাদী নিহত  •  বিজেপিৰ হৈ চাফাই গোৱা শিলাদিত্যৰ বিজেপিৰ পৰাই বিদায়!

বিশিষ্ট ছবি নিৰ্মাতা বাসু চেত্তাৰ্জীৰ মৃত্যু…

167
  • বিশিষ্ট ছবি নিৰ্মাতা বাসু চেত্তাৰ্জী আৰু নাই।
  • বৃহস্পতিবাৰে পুৱা তেওঁৰ মৃত্যু হয়।
  • মুম্বাইত বাধক্যজনীত ৰোগত মৃত্যু হয় চেত্তাৰ্জীৰ।
  • ৰজনীগন্ধা, চিটচ’ৰ, চটিচি বাট আদি ছবিৰ বাবে তেওঁ আছিল সৰ্বজন সমাদৃত।
  • পৰিচালক হিচাপে তেওঁ আত্মপ্ৰকাশ কৰিছিল ১৯৬৯ চনত সাৰা আকাশ নামৰ ছবিৰ জৰিয়তে।
  • তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ পৰা বিভিন্নজনে শোক প্ৰকাশ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি