শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

সীমিত কাৰ্যসুচীৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ সমূহ কাৰ্যালয়ত বিশ্বকৰ্মা পূজা উদযাপন…

111

ডিজিটেল ডেস্ক : ৰাজ্যৰ আগশাৰীৰ দৈনিক বাতৰিকাকত অসমীয়া প্ৰতিদিনৰ বামুনিমৈদামৰ চপাশালত সীমিত কাৰ্যসুচীৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ মূল পূজা অনুষ্ঠিত কৰা হয় ।

ইপিনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত দৈনিক বাতৰি কাকতৰ যাত্ৰাৰ বাটকটীয়া” অসমীয়া প্ৰতিদিন”ৰ উত্তৰ লখিমপুৰ সংস্কৰণৰ কাৰ্যালয়ত বিশ্ব খনিকৰৰ পূজা অনুষ্ঠিত হয় ৷ কভিড প্ৰটকল বিধি মানি এইবাৰ অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় এই পূজা ৷

২০০৩ চনৰ পৰা কাৰ্যালয়টোত হোম যজ্ঞৰে ,আধ্যাত্মিক কাৰ্যসুচীৰ যোগেদি বিশ্ব কৰ্মা পূজা উলহ মালহৰে আয়োজন কৰা হৈছিল ৷ এইবাৰ ক’ৰোনা মহামাৰীৰ বাবে কেৱল ৰীতিহে পালন কৰা হৈছে৷

ইপিনে অসমীয়া প্ৰতিদিনৰ ডিব্ৰুগড় আৰু বঙাইগাওঁৰ সংস্কৰনৰ কাৰ্যালয়ত কোভিড প্ৰট’কল মানি বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ।

গুৱাহাটীৰ উলুবাৰীস্থিত প্ৰতিদিন টাইমৰ কাৰ্যালয়তো সকলো নীতি নিয়ম মানি বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয় ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি