শেহতীয়া খবৰ
তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  তেজপুৰ বিশ্ববিদ্যলয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল শিমলুগুৰিৰ নিলাক্ষী হাজৰিকা...  •  পৰিবহন বিভাগত বিত্তীয় খেলিমেলি, মহানগৰীৰ ডিটিঅ’ সহ ৪জনক নিলম্বন...  •  কোৰোনাত আক্ৰান্ত বঙাইগাঁৱৰ আৰক্ষী অধীক্ষক..  •  চলিত শিক্ষাবৰ্ষ ৩ মাহ বৃদ্ধিৰ প্ৰস্তাৱ মাধ্যমিক শিক্ষা বিভাগৰ...  •  ভয়ংকৰ দৃশ্য! মাজুলীত বাঁহৰ দলং ভাঙি পানীত বাগৰিল ২০ জন... VIDEO  •  কাশ্মীৰৰ পৰা সেনা জোৱানক অপহৰণ সন্ৰাসবাদীৰ...  •  বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ....  •  দুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪জনৰ মৃত্যু...  •  মানকাচৰত পুনৰ ৩জনৰ দেহত কোভিড-১৯, জিলাখনত আক্ৰান্তৰ সংখ্যা ৭৮ জনলৈ বৃদ্ধি...

চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা…

325
  • চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা।
  • পৰীক্ষাৰ্থী সকলে ফলাফল লাভ কৰিব cbseresults.nic.inত।
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে এই পৰীক্ষাৰ কেইবাখনো প্ৰশ্নকাততৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল।
  • ৰিৰ্ভাইছ এচেচমেন্ট স্কীমৰ জৰিয়তে এই ফলাফল ঘোষণা কৰা হৈছে।
  • যিসকল ছাত্ৰ-ছাত্ৰীয়ে তিনিখনকৈ প্ৰশ্নকাকতৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল সেই গড় নম্বৰৰ ভিত্তিত দুটা বিষয়ৰ সৰ্বোচ্চ নম্বৰৰ আধাৰত আন বিষয়ৰ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে।
  • এটা বা দুটা বিষয়ৰ পৰীক্ষাত অৱৰ্তীণ হোৱা সকলৰ তেওঁলোকৰ সেই বিষয় আৰু ইন্টাৰনেট, পেক্টিকেল, প্ৰজেক্ট এচেচমেন্টৰ আধাৰত দিয়া হৈছে ফলাফল।
  • উল্লেখযোগ্য যে, ২০১৯চনৰ ৬মেতে ঘোষণা কৰা হৈছিল cbseৰ ফলাফল।
  • এইবাৰ cbseৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল ১২০৬৮৯৩গৰাকী ছাত্ৰ-ছাত্ৰী।
  • ইয়াৰে ৫,২২,৮১৯গৰাকী ছাত্ৰী আৰু ৬, ৮৪,০৬৮গৰাকী ছাত্ৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি