চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা…

চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা…
  • চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা।
  • পৰীক্ষাৰ্থী সকলে ফলাফল লাভ কৰিব cbseresults.nic.inত।
  • কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে এই পৰীক্ষাৰ কেইবাখনো প্ৰশ্নকাততৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল।
  • ৰিৰ্ভাইছ এচেচমেন্ট স্কীমৰ জৰিয়তে এই ফলাফল ঘোষণা কৰা হৈছে।
  • যিসকল ছাত্ৰ-ছাত্ৰীয়ে তিনিখনকৈ প্ৰশ্নকাকতৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল সেই গড় নম্বৰৰ ভিত্তিত দুটা বিষয়ৰ সৰ্বোচ্চ নম্বৰৰ আধাৰত আন বিষয়ৰ নম্বৰ নিৰ্ধাৰণ কৰা হৈছে।
  • এটা বা দুটা বিষয়ৰ পৰীক্ষাত অৱৰ্তীণ হোৱা সকলৰ তেওঁলোকৰ সেই বিষয় আৰু ইন্টাৰনেট, পেক্টিকেল, প্ৰজেক্ট এচেচমেন্টৰ আধাৰত দিয়া হৈছে ফলাফল।
  • উল্লেখযোগ্য যে, ২০১৯চনৰ ৬মেতে ঘোষণা কৰা হৈছিল cbseৰ ফলাফল।
  • এইবাৰ cbseৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীণ হৈছিল ১২০৬৮৯৩গৰাকী ছাত্ৰ-ছাত্ৰী।
  • ইয়াৰে ৫,২২,৮১৯গৰাকী ছাত্ৰী আৰু ৬, ৮৪,০৬৮গৰাকী ছাত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in