ইনকাম টেক্স ৰিটাৰ্ণ ফাইল জমা কৰাৰ সময়সীমা বৃদ্ধি…

ইনকাম টেক্স ৰিটাৰ্ণ ফাইল জমা কৰাৰ সময়সীমা বৃদ্ধি…
  • বৃদ্ধি কৰা হ'ল ইনকাম টেক্স ৰিটাৰ্ণ ফাইল জমা কৰাৰ সময়সীমা।
  • বিত্ত মন্ত্ৰণালয়ে বৃদ্ধি কৰিলে এই সময়সীমা।
  • এতিয়া কৰদাতাসকলে ৩১ আগষ্টৰ ভিতৰত জমা কৰিব লাগবি আইটিআৰ ফাইল।
  • পূৰ্বে এই সময়সীমা ৩১ জুলাইলৈহে আছিল।
  • সম্পূৰ্ণ এমাহ বৃদ্ধি কৰিছে ইনকাম টেক্স ৰিটাৰ্ণ ফাইল জমা কৰাৰ সময়সীমা।
  • এই সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰ আৰু কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ড চমুকে চিবিডিটিয়ে।
  • যদি কোনো কৰদাতাই ৩১ আগষ্টৰ পাছত আইটিআৰ ফাইল জমা কৰে তেন্তে ভৰিব লাগিব জৰিমনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in