বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ বিৰুদ্ধে নগাঁৱত গোচৰ…

বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ বিৰুদ্ধে নগাঁৱত গোচৰ…
  • নগাঁও সদৰ থানাত গোচৰ
  • বীৰ লাচিত সেনাৰ শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ
  • শৃংখল চলিহাৰ বিৰুদ্ধে গোচৰ তৰিছে অসম মিঞা পৰিষদে
  • মিঞা পৰিষদৰ নগাঁও জিলা সমিতিয়ে শণিবাৰে দাখিল কৰে এজাহাৰ
  • বটদ্ৰবা কাণ্ডক লৈ শৃংখল চলিহাৰ বিৰুদ্ধে অভিযোগ
  • চলিহাই সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচৰা বুলি পৰিষদে আনিছে অভিযোগ
  • ৰাজহুৱা ভাবে ক্ষমা বিচাৰিবলৈকো দাবী মিঞা পৰিষদৰ
  • এজাহাৰ খনত চলিহাৰ লগতে নন্দন প্ৰতিম শৰ্মা বৰদলৈৰ বিৰুদ্ধেও তৰিছে গোচৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in