এপিডিচিএলৰ পৰীক্ষাত অনিয়ম! শক্তি বিভাগৰ বিৰুদ্ধে এজাহাৰ

এপিডিচিএলৰ পৰীক্ষাত অনিয়ম! শক্তি বিভাগৰ বিৰুদ্ধে এজাহাৰ
  • শক্তি বিভাগৰ বিৰুদ্ধে এজাহাৰ।
  • দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে দুৰ্নীতি বিৰোধী যুৱ মঞ্চই।
  • এপিডিচিএলৰ পৰীক্ষাত বৃহৎ অনিয়মৰ অভিযোগ।
  • পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ দাবী।
  • ঘটনাৰ উচিত তদন্তৰো দাবী সংগঠনটোৰ।
  • এপিডিচিএলত ১৯৫৭ টা পদ নিযুক্তিৰ বাবে হৈছিল পৰীক্ষা।
  • ২ লাখ ৩৫ হাজাৰ আবেদনকাৰীয়ে ৬৬৯ টা পৰীক্ষা কেন্দ্ৰত দিছিল পৰীক্ষা।
  • দেওবাৰে অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in