২ বঙালী নেতা গৰ্গ চেটাৰ্জী আৰু চন্দন চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ

২ বঙালী নেতা গৰ্গ চেটাৰ্জী আৰু চন্দন চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ
  • ২ বঙালী নেতা গৰ্গ চেটাৰ্জী আৰু চন্দন চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ।
  • অসমীয়া যুৱ মঞ্চই তৰিছে গোচৰ।
  • দুয়োজন লোকৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগ।
  • দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰাৰ দাবী।
  • দুই বঙালী নেতা শুকুৰবাৰে উপস্থিত হৈছিল গুৱাহাটীত।
  • তাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিয়া হয়।
  • উল্লেখ্য যে, দুয়োগৰাকীয়ে বিগত কেইদিনত বিভিন্ন মন্তব্য কৰিছিল।
  • তেওঁলোকে অসমীয়া জাতিক লৈও মন্তব্য কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in