শেহতীয়া খবৰ
অসমৰ আৰু এজনৰ দেহত কোৰোনা, ২৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা  •  নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ  •  নিজামুদ্দিনলৈ নোযোৱাকৈ অসমৰ কাৰ দেহত ওলাল কোৰোনা ভাইৰাছ  •  গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ...  •  গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ...  •  নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত...  •  নিজামুদ্দিনলৈ নোযোৱা গুৱাহাটীৰ এজন বিশিষ্ট ব্যৱসায়ী আক্ৰান্ত হৈছে COVID-19ত...  •  COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ...  •  COVID-19ত আক্ৰান্ত হৈ ৮৬ জনৰ মৃত্যু ভাৰতত, পঢ়ক বিশ্বৰ ক’ত কিমান আক্ৰান্ত কোৰোনা ভাইৰাছ...  •  ভাইৰেল অশ্লীল ফটো! যুৱতীয়ে কৰিলে আত্মহত্যা

২ বঙালী নেতা গৰ্গ চেটাৰ্জী আৰু চন্দন চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ

501
  • ২ বঙালী নেতা গৰ্গ চেটাৰ্জী আৰু চন্দন চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ।
  • অসমীয়া যুৱ মঞ্চই তৰিছে গোচৰ।
  • দুয়োজন লোকৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগ।
  • দুয়োগৰাকীকে গ্ৰেপ্তাৰ কৰাৰ দাবী।
  • দুই বঙালী নেতা শুকুৰবাৰে উপস্থিত হৈছিল গুৱাহাটীত।
  • তাৰ পিছতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিয়া হয়।
  • উল্লেখ্য যে, দুয়োগৰাকীয়ে বিগত কেইদিনত বিভিন্ন মন্তব্য কৰিছিল।
  • তেওঁলোকে অসমীয়া জাতিক লৈও মন্তব্য কৰিছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি