গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত ভয়ংকৰ ঘটনা

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত ভয়ংকৰ ঘটনা
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত অঘটন।
  • ৰাখি থোৱাৰ সময়তে জ্বলিল এখন বাহন।
  • দপদপকৈ জ্বলিল এখন টাটা ইণ্ডিকা বাহন।
  • অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কেনেদৰে সংঘটিত হ'ল এই ঘটনা।
  • যান্ত্ৰিক বিজুতিৰ ফলতে গাড়ীখন হঠাৎ জ্বলি উঠাৰ সন্দেহ।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
  • ঘটনাক কেন্দ্ৰ কৰি হঠাৎ হুৱাদুৱা লাগে অঞ্চলটোত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in