শেহতীয়া খবৰ
২০ জুলাইত ওদালগুৰি আছুৱে সম্বৰ্ধনা জনাব ২১৯ গৰাকী মেধাৱী শিক্ষাৰ্থীক  •  ৰহাত এনএছইউআইৰ বান সাহায্য সংগ্ৰহ  •  মহিলাক জীৱন্তে দাহঃ ২ অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড  •  ওদালগুৰি জিলাত জাপানী এনকেফেলাইটিছৰ আতংকঃ ৩ জনৰ মৃত্যু, ৩২ গৰাকী সন্দেহজনক ৰোগী চিনাক্ত  •  ভাতৃক ৮ টা গুলীৰে গুলীয়াই হত্যাঃ সেই খবৰ পাইয়ো খেলপথাৰত দুৰ্দান্ত প্ৰদৰ্শন আৰ্চৰৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ক্লেনিজ বসুমতাৰী নামৰ আনজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ...  •  বাহনসহ নৈত বাগৰি পৰিল এটা পৰিয়াল, কথমপি বাচিল প্ৰাণ  •  ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু...  •  এতিয়াৰ পৰা পোছাকত চি চি কেমেৰা আঁৰি ডিউটি কৰিব ট্ৰফিক আৰক্ষীয়ে...  •  ২২ জুলাইত জোনবাইলৈ উৰা মাৰিব চন্দ্ৰযান-২

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত ভয়ংকৰ ঘটনা

1,138
  • গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত অঘটন।
  • ৰাখি থোৱাৰ সময়তে জ্বলিল এখন বাহন।
  • দপদপকৈ জ্বলিল এখন টাটা ইণ্ডিকা বাহন।
  • অৱশ্যে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই কেনেদৰে সংঘটিত হ’ল এই ঘটনা।
  • যান্ত্ৰিক বিজুতিৰ ফলতে গাড়ীখন হঠাৎ জ্বলি উঠাৰ সন্দেহ।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।
  • ঘটনাক কেন্দ্ৰ কৰি হঠাৎ হুৱাদুৱা লাগে অঞ্চলটোত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি