দেওবাৰে সামৰণি পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ

দেওবাৰে সামৰণি পৰিব তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ
  • দেওবাৰে সামৰণি পৰিব তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ।
  • ২৩ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব তৃতীয় অৰ্থাৎ অন্তিম পৰ্যায়ৰ নিৰ্বাচন।
  • অসমৰ ৪ সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন।
  • গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত হ'ব ভোটগ্ৰহণ।
  • তৃতীয় পৰ্যায়ত অৱতীৰ্ণ হ'ব মুঠ ৫৪গৰাকী প্ৰাৰ্থী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in