চীনৰ ৰসায়নিক কাৰখানাত বিস্ফোৰণ, নিহত ৬

চীনৰ ৰসায়নিক কাৰখানাত বিস্ফোৰণ, নিহত ৬
  • পূব চীনত ভয়ংকৰ দুৰ্ঘটনা।
  • জিয়াংছু প্রদেশেৰ ইয়েনচেংৱেৰ তিয়ানজিয়াৰ এটা ৰসায়ানিক কাৰখানাত সংঘটিত হয় বিস্ফোৰণ।
  • বিস্ফোৰণত নিহত ৬ জন লোক।
  • আনহাতে আহত হৈছে প্ৰায় অৰ্ধ শতাধিক।
  • বিস্ফোৰণত কেইবাটাও বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।
  • বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ২.৫০ বজাত সংঘটিত হয় এই বিস্ফোৰণ।
  • ঘটনাস্থলীত উপস্থিত উদ্ধাৰকাৰী আৰু অগ্নিনিৰ্বাপক বাহিনী।
  • বিস্ফোৰণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in