কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ শিক্ষা বিভাগত ২২,৯২১টা পদত নিযুক্তিৰ অনুমোদন…

কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ শিক্ষা বিভাগত ২২,৯২১টা পদত নিযুক্তিৰ অনুমোদন…
  • ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
  • কেবিনেটত কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ।
  • কেবিনেটৰ পাছতে সংবাদমেল সম্বোধন।
  • অসমৰ গোৰ্খা সম্প্রদায়ৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় কেবিনেটত।
  • অসমৰ গোৰ্খাসকলৰ ডি ভোটাৰৰ নামত কোনো গোচৰ নলয়।
  • ৰমেন ডেকাক উপাধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।
  • ষ্টেট ইন'গিউৰেচন এণ্ড ট্রেন্সফৰ্মেশ্যন আয়োগৰ উপাধ্যক্ষ হ'ব ডেকা।
  • মাটিৰ ম্যাদিৰ ক্ষেত্রতো কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • ভূমি আৱণ্টন পোৱা লোকে ১৫বছৰৰ পিছতহে বিক্রী সিদ্ধান্ত ল'ব পাৰিব।
  • ব্যক্তিগৰাকীয়ে মাটি লাভ কৰাৰ দিনাই ম্যাদি পট্টা লাভ কৰিব।
  • ফ্লেট ক্রয়-বিক্রয়ৰ বাবে চৰকাৰৰ অনুমতি ল'ব নালাগে।
  • এতিয়াৰ পৰা ট্রেড লাইচেঞ্চৰ বাবে পৌৰসভাত যাব নালাগে।
  • কম্পিউটাৰত অনলাইনযোগে সমগ্র কাম কৰিব পাৰিব।
  • ১লাখ নিযুক্তিৰ বাবে শিক্ষা বিভাগত ২২,৯২১টা পদত নিযুক্তিৰ অনুমোদন।
  • ১০ হাজাৰ প্রাথমিক শিক্ষাত নিযুক্তিৰ অনুমোদন।
  • বাকী পদসমূহত ছেকেণ্ডাৰী শিক্ষা বিভাগত দিয়া হ'ব নিযুক্তি।
  • অনুসূচিত জাতি, পাৰ্বত্য জনজাতিৰ বাবে বিশেষ টেট পৰীক্ষা।
  • ১ ছেপ্টেম্বৰৰ পৰা বিশেষ টেট পৰীক্ষা অনুষ্ঠিত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in