শেহতীয়া খবৰ
কোৰোনাত আক্ৰান্ত হৈ কি ক'লে ভাস্কৰজ্যোতি মহন্তই...  •  ট্ৰাম্প সংবাদ মেলত ব্যস্ত থকাৰ সময়তেই আমেৰিকাৰ হোৱাইট হাউচত গুলীবৰ্ষণ...  •  ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...

২০টা ভোটৰ ব্যৱধানত ৰাজ্যসভাত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়ক!

856
  • ৰাজ্যসভাত গৃহীত হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • বিধেয়কখনৰ ৮টা দফাত সামান্য সংশোধনীৰ প্ৰস্তাৱ সাপেক্ষে গৃহীত হ’ল বিধেয়কখন।
  • ধ্বনি ভোটৰ জৰিয়তে গৃহীত কৰা হয় কেব।
  • বিধেয়কখনৰ সপক্ষত ভোট দান কৰে ১২৫ সদস্যই।
  • বিধেয়কখনৰ বিৰোধিতা কৰি ভোট দান কৰে ১০৫ সদস্যই।
  • বিধেয়কখনক লৈ উত্তৰ পূৰ্বাঞ্চলত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ।
  • উল্লেখ্য যে, ভোটদান পৰ্বতো অনুপস্থিত থাকে শিৱসেনাৰ সাংসদ।
  • ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদন পালেই এইখন আইনত পৰিণত হ’ব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি