২০টা ভোটৰ ব্যৱধানত ৰাজ্যসভাত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়ক!

২০টা ভোটৰ ব্যৱধানত ৰাজ্যসভাত গৃহীত নাগৰিকত্ব সংশোধনী বিধেয়ক!
  • ৰাজ্যসভাত গৃহীত হ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • বিধেয়কখনৰ ৮টা দফাত সামান্য সংশোধনীৰ প্ৰস্তাৱ সাপেক্ষে গৃহীত হ'ল বিধেয়কখন।
  • ধ্বনি ভোটৰ জৰিয়তে গৃহীত কৰা হয় কেব।
  • বিধেয়কখনৰ সপক্ষত ভোট দান কৰে ১২৫ সদস্যই।
  • বিধেয়কখনৰ বিৰোধিতা কৰি ভোট দান কৰে ১০৫ সদস্যই।
  • বিধেয়কখনক লৈ উত্তৰ পূৰ্বাঞ্চলত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ।
  • উল্লেখ্য যে, ভোটদান পৰ্বতো অনুপস্থিত থাকে শিৱসেনাৰ সাংসদ।
  • ৰাজ্যসভাত বিধেয়কখন গৃহীত হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদন পালেই এইখন আইনত পৰিণত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in