New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/world-bank-770x385.jpg)
- বিশ্ব বেংকৰ 'ইএছ অৱ ডুয়িং বিজনেছ'ৰ সুচাংকৰ তালিকাত ভাৰত।
- ৭৭ সংখ্যক স্থানত উপনীত ভাৰত।
- বিশ্ব ব্যনিজ্যত ভাৰতে পেলোৱা প্রভাৱৰ ভিত্তিত শীৰ্ষ ১০০ৰ ভিতৰত স্থান লাভ ভাৰতৰ।
- বিগত বৰ্ষতকৈ ৩৩টা ৰেংক আগুৱাই আহিবলৈ সক্ষম হৈছে ভাৰত।
- বিগত বৰ্ষত ভাৰত আছিল এই তালিকাৰ ১০০ সংখ্যক স্থানত।