/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/vivo-jjh.jpg)
ডিজিটেল ডেস্কঃ বিগত সময়ত গ্ৰাহকে আকোৱালি লোৱা ভিভ'ৰ বিশেষ কেইটামান ফোনত আজিৰে পৰা পাব ৪ হাজাৰ টকালৈকে ৰেহাই। Vivo V9 , Vivo Y83 আৰু Vivo X21 ফোনকেইটা পূৰ্বৰ মূল্যতকৈ যথেষ্ট কম মূল্যত বজাৰত উপলদ্ধ হ'ব।
Vivo V9 ফোনটো পূ্ৰ্বৰ ২০৯৯০ টকাৰ পৰিৰ্ৱতে লাভ কৰিব ১৮৯৯০ টকাত, Vivo Y83 ফোনটো ১৪৯৯০ টকাৰ পৰিৰ্ৱতে ক্ৰয় কৰিব পাৰিব ১৩৯৯০ টকাত আনহাতে ৩৫৯৯০ টকাৰ Vivo X21ফোনটো ক্ৰয় কৰিব পাৰিব ৩১৯৯০ টকাত।