/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/puja-shopping-730x410-copy.jpg)
ডিজিটেল ডেস্কঃ সন্মুখত দুৰ্গা পূজা। পূজা মানেই বজাৰ। নতুন কাপোৰ, নতুন গাড়ী, বাহিৰত ফুৰিবলৈ যোৱা… আৰু যে কিমান পৰিকল্পনা! এই সুযোগ গ্ৰহণ কৰে ব্যৱসায়িক প্ৰতিষ্ঠানেই। পূজা আহিলেই লাগি যায় বাম্পাৰ অফাৰৰ বেনাৰ।
ক'ত কিমান শতাংশ ৰেহাই? কোনে কি দিছে এইবাৰ পূজাৰ অফাৰ? একাধিক প্ৰতিষ্ঠানৰ বিভিন্ন অফাৰ সামৰি 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ এক প্ৰতিবেদনঃ
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
বিগ বজাৰ
অফাৰ সময়কালঃ ১ ছেপ্তেম্বৰৰ পৰা ২১ অক্টোবৰলৈ।
কাৰ্ডৰ জৰিয়তে আপুনি বজাৰ কৰা সামগ্ৰীৰ মুল্য আদায় কৰিলে আপুনি ২০০০ টকাৰ বিপৰীতে ১০ শতাংশ ৰেহাই। বিগ বজাৰত উপলব্ধ সকলো সামগ্ৰীতে পাব এই ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
বিশাল মেগামাৰ্ট
বিশালে মেগামাৰ্টয়েও প্ৰদান কৰিছে বিশেষ ৰেহাই। বিশালে এই ৰেহাই প্ৰদান কৰিছে অনলাইনৰ যোগেৰে। myvisal.comত আপুনি
পুৰুষ, মহিলা আৰু শিশু সকলোৰে সাজ-পোজাকত পাব ৫০ শতাংশ ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
প্ৰাগজ্যোতিকা অসম এম্প'ৰিয়াম
সকলোধৰণৰ হস্ততাঁতজাত সামগ্ৰীৰ ওপৰত ১০ শতাংশ ৰেহাই। ১৬ ছেপ্টেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ থাকিব এই অফাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/81911e04-e33d-4a61-9f4e-94e516ced566-300x169.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
আমেৰিকান টুৰিষ্টাৰ
পূজাৰ বতৰত ৫০ শতাংশ পৰ্যন্ত ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
বাটা
মহানগৰীৰ বাটাৰ প্ৰতিটো শ্ব'ৰূমতে শাৰদীয় বতৰত গ্ৰাহকক প্ৰদান কৰা হ'ব বিশেষ ৰেহাই। লগতে আছে গিফট ভাউচাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
শ্লিম চিটি বিউটী পাৰ্লাৰ, শিলপুখুৰী
গ্ৰাহকৰ বাবে আগবঢ়াইছে পূজাৰ অফাৰ। এই অফাৰ অনুযায়ী লাভ কৰিব ৩০ শতাংশ ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
ফটো মিউজিংচ কালাৰ লেব, গুৱাহাটী ক্লাৱ
সকলোধৰণৰ ফটো এলবাম আৰু যিকোনো ধৰণৰ ফটোৰ সৈতে জড়িত কাৰ্যত ২০ শতাংশ ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
পেণ্টালুনছ
শাৰদীয় বতৰত পেণ্টালুনছত বজাৰ কৰিলে ৰাহি হ'ব ২০ শতাংশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
ভি-২
১১৯৯ টকাৰ বজাৰত ২০০ টকা ৰেহাই, ৪৯৯৯ টকাৰ বজাৰত ১৫০০ টকাৰ ৰেহাই, ৭৪৯৯ টকাৰ বজাৰত ২৫০০ টকা ৰেহাই, ৯৯৯৯ টকাৰ বজাৰত ৩১৯৫ টকা ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
এডিডাছ
৫০ শতাংশ পৰ্যন্ত ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
চেণ্ট্ৰেল মল
২০০০ টকাৰ ওপৰত সামগ্ৰীত ৫০০ টকা পৰ্যন্ত ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/58659878-db55-4cec-b1bb-9270b2eea2b3-300x169.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
ৰিলায়েন্স ট্ৰেণ্ডছ
সামগ্ৰীভেদে আগবঢ়াইছে ভিন্ন অফাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
ৰিলায়েন্স ডিজিটেল
পূজাৰ ৭ দিন পূৰ্বৰে পৰা উপলব্ধ হ'ব বিশেষ ৰেহাই। ৫০ শতাংশ পৰ্যন্ত ৰেহাইৰ সম্ভাৱনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
হোণ্ডা
পূজাৰ বতৰত হোণ্ডাৰ বাহন ক্ৰয় কৰিলে পাব লণ্ডন অথবা পেৰিছলৈ যোৱাৰ সুযোগ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
পেপে জিনছ
পেপে জিনছে পূজাৰ বতৰত গ্ৰাহকক আগবঢ়াইছে ৪০ শতাংশ পৰ্যন্ত ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
ব্ৰেণ্ড ফেক্টৰী
২৯৯টকাৰ ওপৰৰ সামগ্ৰীত ৫০ শতাংশ পৰ্যন্ত ৰেহাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
মৈত্ৰী ট্ৰেডাৰ্ছ
মৈত্ৰী ট্ৰেডাৰ্ছে পূজা উপলক্ষে আগবঢ়াইছে মেগা অফাৰ। আগশাৰীৰ ব্ৰেণ্ডৰ যিকোনো ইলেকট্ৰনিক সামগ্ৰী ক্ৰয় কৰিলে লাভ কৰিব বহু আকৰ্ষণীয় উপহাৰ জয় কৰাৰ সুযোগ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/üÎáÓÏá-300x203.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
ফোনৰ পূজা অফাৰ (অনলাইন যোগে)
Huawei Nova 3i – ২৩৯৯০ টকাৰ পৰিৰ্ৱতে ২০৯৯০ টকা।
Realme 2 pro – ১৪৯৯০ টকাৰ পৰিৰ্ৱতে ১৩৯৯০ টকা।
Innelo 1 – ৯৪৯৯ টকাৰ পৰিৱৰ্তে ৭৪৯৯ টকা।
Nokia 3.1- ১১৭৫০ টকাৰ পৰিৰ্ৱতে ১০৪৯৯ টকা।
Vivo v11 pro- ২৮৯৯০ টকাৰ পৰিৰ্ৱতে ২৫৯৯০ টকা।
Samsung Galaxy J7 prime- ১২৫০০ টকাৰ বিপৰীতে ১১৬৯৯ টকা।
Oppo F9 pro- ২৫৯৯০ টকাৰ পৰিৰ্ৱতে ২৩৯৯০ টকা।
Honor 9N- ১৫৯৯৯ টকাৰ পৰিৰ্ৱতে ১৩৯৯৯ টকা।
Moto E5 plus- ১২৯৯৯ টকাৰ পৰিৰ্ৱতে ১১৯৯৯ টকা।
Micromax spark 4g & prime- ৬৪৯৯ টকাৰ পৰিৰ্ৱতে ৪৯৯৯ টকা।
Jio phone F90 M- ১৫০০ টকাৰ পৰিৰ্ৱতে ১৪৪৫ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/55a068c2-e50e-4af4-89ab-e2f1de109972-300x169.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
ছেমছাং
পূজাৰ বতৰত ছেমছাঙৰ গেলেক্সী জে ছিৰিজৰ ফোন ক্ৰয় কৰিলে লাভ কৰিব জীপ কম্পাছ, হোণ্ডা ইয়ন আৰু হোণ্ডা ড্ৰিম নিঅ' বাইক জিকাৰ সুযোগ। লগতে আছে ডেইলী প্ৰাইজ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/images/emoji.php/v9/ff3/1/16/1f539.png)
স্পাইচ জেট
গুৱাহাটীৰ পৰা হায়দৰাবাদ, পাটনা আৰু পাকিয়ঙলৈ দৈনিক ফ্লাইটত পূজা উপলক্ষে আগবঢ়াইছে বিশেষ অফাৰ। এই অফাৰ ১০ অক্টোবৰৰ পৰা ১৬ অক্টোবৰৰ লৈকে প্ৰযোজ্য হ'ব।
গুৱাহাটী-হায়দৰাবাদ ৪৫৯৯ টকা।
হায়দৰাবাদ-গুৱাহাটী ৪৭৭৯ টকা।
গুৱাহাটী-পাটনা ৩৩৯৯ টকা।
পাটনা-গুৱাহাটী ৩০৭৯ টকা ।
গুৱাহাটী-পাকিয়ং ২০৬০ টকা।
পাকিয়ং-গুৱাহাটী ২০৬০ টকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/529a8f83-d05c-44d4-b341-711970f697a8-169x300.jpg)