New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/Guwahati-A-petrol-pump-remains-closed-during-the-Bharat-Bandh-....jpg)
- সোমবাৰৰ পৰা দিল্লীত আগন্তুক ২৪ ঘণ্টীয়ালৈ বন্ধ থাকিব ৪০০টা পেট্ৰ'ল পাম্প।
- পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰ'ল পাম্পসমূহৰ৷
- ২২ অক্টোবৰৰ পৰা ২৩ অক্টোবৰৰ পুৱা ৫ বজালৈ বন্ধ থাকিব পেট্ৰ'ল পাম্পসমূহ।
- দিল্লীৰ পেট্ৰল পাম্প এছ'চিয়েশ্যনৰ এই প্ৰতিবাদী কাৰ্যসূচী।