পুনৰ বৃদ্ধি পালে পেট্ৰ’ল- ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল- ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল- ডিজেলৰ মূল্য।
  • বৃহস্পতিবাৰে হ্ৰাস পাইছিল পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মূল্য হ্ৰাস পোৱাৰ এদিন পাছতে পুনৰ মূল্য বৃদ্ধি।
  • গুৱাহাটীত শনিবাৰে গ্ৰাহকে প্ৰতিলিটাৰ পেট্ৰ'ল ক্ৰয় কৰিব লাগিব ৮১.৬২ টকাক।
  • শনিবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ২৪ পইচা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.১২ টকা।
  • ডিজেলত বাঢ়িল প্ৰতিলিটাৰত ৩৬ পইচা।
  • কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্যচৰকাৰে শুল্ক আৰু কৰ ৰেহাই দিয়াৰ বাবে পেট্ৰল ডিজেলৰ মূল্য হ্ৰাস পাইছিল ৫টকাকৈ।