New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-kxOG-621x414@LiveMint.jpg)
- দেওবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- দিল্লীত দেওবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.২৫ টকা।
- ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১৭ টকা।
- বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৮১.৭৪ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৫.১৯ টকা হয়গৈ।
- আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত ০.২৫ টকা আৰু ডিজেলত ০.১৮ টকা হ্ৰাস পায়।
- বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৭.২১ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৮.৮২ টকা।