শতকৰ দিশে গতি পেট্ৰ’ল-ডিজেলৰ!

শতকৰ দিশে গতি পেট্ৰ’ল-ডিজেলৰ!

author-image
asomiyapratidin
New Update
দেওবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্ম জয়ন্তীৰ দিনাও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য। দিল্লীত মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৩.৮৫ টকাৰ বিপৰীতে ডিজেলৰ মূল্য হৈছেগৈ ৭৫.২৫ টকা প্ৰতিলিটাৰত।

দিল্লীৰ লগতে মুম্বাইতো বৃদ্ধি পালে ইন্ধনৰ মূল্য। বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৯১.২০ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৯.৮৯ টকা।