অর্থনীতি ৰাষ্ট্ৰীয় দিনকদিনে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য… দিনকদিনে বৃদ্ধি পাইছে ইন্ধনৰ মূল্য… asomiyapratidin 28 Sep 2018 09:20 IST Follow UsNew Updateশুকুৰবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৩.২২টকা।ডিজেলৰ মূল্য ৭৪.৪২টকা প্ৰতিলিটাৰত।ইফালে, মুম্বাইত পেট্ৰ'লৰ মূল্য হয়গৈ ৯০.৫৭টকা প্ৰতিলিটাৰত।প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৯.০১টকা হৈছেগৈ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক