New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-diesel_625x300_1530356543930kkjh.jpg)
প্ৰতিকী ফটো
- শনিবাৰেবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- দিল্লীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.৩৯ টকা।
- ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১২ টকা।
- বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৮১.৯৯ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৫.৩৬ টকা হয়গৈ।
- আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত ০.৩৮ টকা আৰু ডিজেলত ০.১৩ টকা হ্ৰাস পায়।
- বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৭.৪৬ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৯.০০ টকা।