দেওবাৰে পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

দেওবাৰে পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
প্ৰেট্ৰ’লৰ মূল্য হ্ৰাস, বৃদ্ধি পালে ডিজেলৰ

ফাইল ফটো

  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য?
  • দেওবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮১.৮২ টকা।
  • ইফালে, ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৩.৫৩ টকা।
  • আনহাতে, মুম্বাইতো বৃদ্ধি পাইছে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৮৭.২৯ টকা আৰু ৭৭.০৬ টকা।