হ্ৰাস পালে ইন্ধনৰ মূল্য

হ্ৰাস পালে ইন্ধনৰ মূল্য

author-image
asomiyapratidin
New Update
দেওবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

  • মঙলবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত মঙলবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.২০ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.০৭ টকা।
  • দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৭.৫৫ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৩.৭৮ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.২০ টকা আৰু ডিজেলত ০.০৮ টকা হ্ৰাস পায়।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.০৪ টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৭.৩২ টকা হৈছেগৈ।