বুধবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য

বুধবাৰে হ্ৰাস পালে ইন্ধনৰ মূল্য

author-image
asomiyapratidin
New Update
পেট্ৰ’ল-ডিজেলৰ মাধমাৰ অব্যাহত…

  • বুধবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত বুধবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.০৯ টকা।
  • বৰ্তমান দিল্লীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৮১.২৫ আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৪.৮৫ টকা হয়গৈ।
  • আনহাতে, মুম্বাইতো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত ০.০৮ টকা হ্ৰাস পায়।
  • বৰ্তমান মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৬.৭৩ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৮.৪৬ টকা।