পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য

author-image
asomiyapratidin
New Update
সোমবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

  • পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য সোমবাৰে হয়গৈ ৮২.৭২ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৫.৪৬ টকা।
  • ইফালে মুম্বাইতো বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৮.১৮ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৭৯.১১ টকা হয়গৈ প্ৰতিলিটাৰ ডিজেলত।