New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-diesel-pic-pim.jpg)
ফাইল ফটো
- বৃহস্পতিবাৰেও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য বৰ্তমান ৮৩.০০টকা।
- ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৪.২৪টকা হৈছেগৈ।
- ইফালে, মুম্বাইতো বৃদ্ধি পাইছে ইন্ধনৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৯০.৩৫টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৭৮.৮২টকা প্ৰতিলিটাৰত।
- আনহাতে, গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
- মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৫.৪৬ টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত ৭৭.৬৩ টকা হৈছে।