চেঞ্চুৰীৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য!

চেঞ্চুৰীৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য!

author-image
asomiyapratidin
New Update
পেট্ৰ’ল-ডিজেলৰ মাধমাৰ অব্যাহত…

  • মঙলবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • মুম্বাইত পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৯০.২২ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য হ'লগৈ ৭৮.৬৯ টকা।
  • দিল্লীত  প্ৰতিলিটাৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৮২.৮৬ টকা আৰু ৭৪.১২ টকা।
  • মঙলবাৰে গুৱাহাটীতো বৃদ্ধি পালে ইন্ধনৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'ল মূল্য ৮৫.৩২ টকা হোৱাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৭.৫১ টকা।