ডিজিটেল ডেস্কঃ কোনো প্ৰতিবাদে ৰোধ কৰিব পৰা নাই পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিক। দিনকেদিনে আকাশলংঘী হৈছে পেট্ৰ'ল-ডিজেলৰ মুল্য। সমগ্ৰ দেশৰ লগতে অসমতো অভাৱনীয় হাৰত বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য। অসমৰ কেইখনমান বিশেষ স্থানত ১৪ চেপ্টেম্বৰত পেট্ৰ'ল-ডিজেলৰ মূল্য এনেধৰণৰ-
গুৱাহাটীঃ পেট্ৰ'ল- ৮৩.৬৮ টকা
ডিজেল- ৭৬.৬৪ টকা
ধুবুৰীঃ পেট্ৰ'ল- ৮৩.৯২ টকা
ডিজেল- ৭৬.৮৬ টকা
শিলচৰঃ পেট্ৰ'ল- ৮৩.৭৫ টকা
ডিজেল- ৭৬.৬৭ টকা
গোলাঘাটঃ পেট্ৰ'ল- ৮৩.৭৭ টকা
ডিজেল- ৭৬.৭২ টকা
ডিব্ৰুগড়ঃ পেট্ৰ'ল- ৮৪.৩৬ টকা
ডিজেল- ৭৭.২৬ টকা
তেজপুৰঃ পেট্ৰ'ল- ৮৩.৯৪ টকা
ডিজেল- ৭৬.৮৬ টকা
যোৰহাটঃ পেট্ৰ'ল- ৮৪.০৬ টকা
ডিজেল- ৭৬.৯৮ টকা
লখিমপুৰঃ পেট্ৰ'ল- ৮৫.১৪ টকা
ডিজেল- ৭৭.৯৬ টকা
মাজুলীঃ পেট্ৰ'ল- ৮৫.২৩ টকা
ডিজেল- ৭৮.০৭ টকা
ডিমা হাচাওঃ পেট্ৰ'ল- ৮৪.৫৬
ডিজেল- ৭৭.৩৮
ধেমাজীঃ পেট্ৰ'ল- ৮৫.৭৩ টকা
ডিজেল- ৭৮.৫২ টকা
নগাওঃ পেট্ৰ'ল- ৮৪৩৭টকা
ডিজেল- ৭৭২৭টকা
কৰিমগঞ্জঃ পেট্ৰ'ল- ৮৪.০১টকা
ডিজেল- ৭৬.৯২টকা
তিনিচুকীয়াঃ পেট্ৰ'ল- ৮৩.৮২ টকা
ডিজেল- ৭৬.৭৭ টকা
হাইলাকান্দিঃ পেট্ৰ'ল- ৮৩.৯১ টকা
ডিজেল- ৭৬.৮৩ টকা
বৰপেটাঃ পেট্ৰ'ল- ৮৪.০৬ টকা
ডিজেল- ৭৬.৯৮ টকা
চিৰাংঃ পেট্ৰ'ল- ৮৩.৬৫ টকা
ডিজেল- ৭৬.৬১ টকা
বিশ্বনাথঃ পেট্ৰ'ল- ৮৪.২৯টকা
ডিজেল- ৭৭.১৮ টকা
হোজাইঃ পেট্ৰ'ল- ৮৪.০৪ টকা
ডিজেল- ৭৬.৯৫ টকা