বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
সোমবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

ডিজিটেল ডেস্কঃ দেশত প্ৰেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিয়ে ভাঙিলে সৰ্বকালৰ অভিলেখ। সোমবাৰে মুম্বাইত প্ৰেট্ৰ'লৰ মূল্য ৯০.০৮ টকা হোৱাৰ লগতে ডিজেলৰ মূল্য বৃদ্ধি হৈ হ'লগৈ ৭৮.৫৮ টকা। ইফালে দিল্লীতো মূল্যবৃদ্ধি পালে প্ৰেট্ৰ'ল-ডিজেলৰ। পেট্ৰ'ল মূল্য ৮২.৭২ টকা প্ৰতিলিটাৰত আৰু  ডিজেলৰ মূল্য হ'লগৈ ৭৪.০২ টকা।

উল্লেখ্য যে গুৱাহাটীটো সোমবাৰে মূল্য বৃদ্ধি হৈ প্ৰেট্ৰ'ল প্ৰতিলিটাৰত ৮৫.১৭ টকা হোৱাৰ সমান্তৰালকৈ ডিজেলৰ দাম হ'লগৈ ৭৭. ৪০ টকা। মূল্যবৃদ্ধিৰ ফলত যথেষ্ট অসুবিধাত পৰিছে সৰ্বসাধাৰণ ৰাইজ।