পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য
  • বৃহস্পতিবাৰে পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য।
  • মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮৭.৮২ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৭৮.২২ টকা।
  • ইফালে, দিল্লীত বৃহস্পতিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৩৬টকা।
  • ৭৪.৬২ টকা হ'লগৈ ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য।
  • একেদৰে গুৱাহাটীতো বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.২৭ টকাৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭৫.৫৩ টকা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in