আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে সৰ্বসাধাৰণ লোকক।
  • মুম্বাইত দেওবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮৮.১৮ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৯.০২ টকা।
  • ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে অসুবিধাৰ সন্মুখীন সাধাৰণ লোক।
  • দিল্লীতো বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দেওবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৭২ টকা।
  • ঠিক তেনেদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৫.৩৮ টকা।
  • ইফালে গুৱাহাটী মহানগৰীটো দ্ৰুতহাৰত বৃদ্ধি হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দেওবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৬৫ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৬.৩৩ টকা।
  • ইন্ধনৰ মূল্যবৃদ্ধিক কেন্দ্ৰকৰি সমগ্র দেশজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে।