পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, ‘অচ্চে দিন’ কেতিয়া আহিব বুলি ৰাইজৰ প্ৰশ্ন

পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, ‘অচ্চে দিন’ কেতিয়া আহিব বুলি ৰাইজৰ প্ৰশ্ন

author-image
asomiyapratidin
New Update
পুনৰ পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি, ‘অচ্চে দিন’ কেতিয়া আহিব বুলি ৰাইজৰ প্ৰশ্ন

ডিজিটেল ডেস্কঃ পুনৰ বৃদ্ধি পালে ইন্ধনৰ মূল্য। মুম্বাইত আজি পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৮৮.৭৭ টকা। ইফালে, ডিজেলৰ প্ৰতি লিটাৰত হ'লগৈ ৭৭.৮২টকা।

'প্ৰতিদিনে বৃদ্ধি হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য। চৰকাৰে কি কৰি আছে? ইন্ধনৰ মূল্য কমিব লাগে। তেওঁলোকে কৈছিল অচ্চে দিন আহিব। কিন্তু কেতিয়া?'- এনেকৈ প্ৰশ্ন কৰিলে স্থানীয় লোকে।