New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-kxOG-621x414@LiveMint.jpg)
- শুকুৰবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- মুম্বাইত শুকুৰবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮৬.৩৩ টকা।
- ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৭৮.৩৩ টকা।
- দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮০.৮৫ টকা।
- ঠিক তেনেদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৪.৭৩ টকা।
- ইফালে গুৱাহাটী মহানগৰীটো হ্ৰাস পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- শুকুৰবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮০.৭০টকা হোৱাৰ বিপৰীতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৫.৭২টকা হয়গৈ।