পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
গ্ৰাহকলৈ সকাহ, মঙলবাৰে হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ লোকক।
  • মুম্বাইত শনিবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৮৮.১২ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৮.৮২ টকা।
  • এনেদৰে মূল্যবৃদ্ধিৰ বাবে বহু অসুবিধাৰ সন্মুখীন হৈছে সাধাৰণ লোকসকল।
  • দিল্লীটো পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে ভংগ কৰিছে সৰ্বকালৰ অভিলেখ।
  • শনিবাৰে দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৬৬ টকা।
  • ঠিক তেনেদৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৫.১৯ টকা।
  • ইফালে, গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • শনিবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.৫৯ টকা।
  • আনহাতে, প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৭৬.১৩টকা।