বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
প্ৰেট্ৰ’লৰ মূল্য হ্ৰাস, বৃদ্ধি পালে ডিজেলৰ

ফাইল ফটো

  • পেট্ৰ'ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ ধাৰাবাহিকতা অব্যাহত।
  • মঙলবাৰেও বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • মঙলবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮২.১৭ টকা।
  • ইফালে, প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ০.৩১ টকা।
  • বৰ্তমান প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৭৪.৯৯ টকা।
  • সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮১.৯৩ টকা আৰু ডিজেলৰ মূল্য ৭৪.৬৮ টকা আছিল ।