পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য

পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য

author-image
asomiyapratidin
New Update
পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য

  • বৃহস্পতিবাৰে পুনৰ হ্ৰাস পালে ভাৰতীয় টকাৰ মূল্য।
  • বৰ্তমান ভাৰতীয় টকাৰ মূল্য ১ ডলাৰৰ বিপৰীতে ৭৪.৪৭ টকা।
  • ৮ অক্টোবৰত ১ ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছিল ৭৪.০২ টকা।
  • যোৱা কিছুদিন ধৰি ডলাৰৰ তুলনাত অব্যাহত আছে টকাৰ মূল্যৰ অৱনমন।