/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/Petrol-price-up-by-Rs-1.39-per-litre-diesel-by-Rs-1.04.jpeg)
দেওবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লত হ্ৰাস পালে ৪০ পইচা।
ৰাজধানী চহৰখনত ডিজেলত প্ৰতি লিটাৰত হ্ৰাস পালে ৩৩ পইচাকৈ।
দেওবাৰৰ দিনা দিল্লীত পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমে ৮০.০৫ টকা আৰু ৭৪.০৫ টকা।
মুম্বাইতো পেট্ৰ'ল-ডিজেলৰ মূল্য প্ৰতি লিটাৰত ক্ৰমে ৩৯ পইচা আৰু ৩৫ পইচাকৈ হ্ৰাস।
গুৱাহাটীতো দেওবাৰে পেট্ৰ'লত ৪১ পইচা আৰু ডিজেলত ৩৫ পইচা হ্ৰাস পাইছে।
গুৱাহাটী-দেওবাৰে পেট্ৰ'ল ৭৯.৮৭ প্ৰতি লিটাৰ আৰু ডিজেল ৭৪.৯৩ হয়।
শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'ল, ডিজেলৰ মূল্য আছিল ক্ৰমে ৮০.২৮ টকা আৰু ৭৫.২৮ টকা প্ৰতি লিটাৰ।