মাধমাৰ! ৬০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

মাধমাৰ! ৬০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

author-image
asomiyapratidin
New Update
পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছ নাটনি, ৰাইজৰ হাহাকাৰ

প্ৰতীকি ফটো

  • পুনৰ মূল্যবৃদ্ধি হ'ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ।
  • জনসাধাৰণক পুনৰ মাধমাৰ কেন্দ্ৰ চৰকাৰৰ।
  • ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হ'ব প্ৰতিটোত ৫৯.৫০ টকাকৈ।
  • ইয়াৰ সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হবা ৯১ টকাকৈ।
  • ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ বাবে এতিয়া গ্ৰাহকে ছিলিণ্ডাৰৰ কিনিব লাগিব ৯৪৭ টকাত।
  • দেওবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ'ব এই নিৰিখ।