ব্যৱসায়িক বন্ধৰ মাজতে সুখবৰ, দিনৰ ১২ বজাৰ পৰা খুলিব পেট্ৰ’ল পাম্প

ব্যৱসায়িক বন্ধৰ মাজতে সুখবৰ, দিনৰ ১২ বজাৰ পৰা খুলিব পেট্ৰ’ল পাম্প

author-image
asomiyapratidin
New Update
ব্যৱসায়িক বন্ধৰ মাজতে সুখবৰ, দিনৰ ১২ বজাৰ পৰা খুলিব পেট্ৰ’ল পাম্প

প্ৰতীকি ফটো

  • গুৱাহাটীত দুপৰীয়া ১২বজাৰ পৰা খুলিব পেট্ৰ'ল পাম্প।
  • ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লৈছে এনইআইপিডিএ, গ্ৰেটাৰ গুৱাহাটী ইউনিটে।
  • অৱশ্যে বন্ধলৈ পূৰ্ণ সমৰ্থন আগবঢ়াইছে উত্তৰ-পূব পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনে।
  • ২৮ ছেপ্তেম্বৰত দেশজুৰি বন্ধৰ আহ্বান দিছিল কনফেডাৰেশ্যন অল ইণ্ডিয়া ট্ৰেডাৰ্ছে।
  • এই বন্ধৰ সময়চোৱাত পেট্ৰ'ল পাম্প বন্ধ থাকিব বুলি ঘোষণা কৰিছিল উত্তৰ-পূব পেট্ৰ'লিয়াম ডিলাৰ্ছ এছ'চিয়েশ্যনে।
  • বন্ধলৈ সমৰ্থন আগবঢ়াইছে আন বহু কেইটা সংগঠনে।
  • পুৱা ৫ বজাৰ পৰা আবেলি ৫বজালৈ এই বন্ধৰ আহ্বান দিছে।
  • আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব যদিও, দুপৰীয়া ১২ বজাৰ পৰা খুলিব গুৱাহাটীৰ পেট্ৰ'ল পাম্পসমূহ।
  • এনইআইপিডিএৰ গুৱাহাটী ইউনিটৰ সভাপতি সম্পাদকে জনালে এই কথা।