ব্ৰুচলী মেমৰিয়েল মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত আই টি এফ টাংছু ডু স্পোৰ্টছ এচ’ছিয়েশ্বন শ্ৰেষ্ঠ…

ব্ৰুচলী মেমৰিয়েল মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতাত আই টি এফ টাংছু ডু স্পোৰ্টছ এচ’ছিয়েশ্বন শ্ৰেষ্ঠ…

ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয় মাৰ্চিয়েল আৰ্টছ ফৰামৰ উদ্যোগত দিনযোৰা কাৰ্য্যসূচীৰে বিশ্ববিদ্যালয় খনৰ ইণ্ডৰ ষ্টেডিয়ামত অনুস্থিত হয় কটন বিশ্ববিদ্যালয় সদৌ অসম ব্ৰুচলী সোৱৰণী সমৰকলা প্ৰতিযোগিতা ।এই প্ৰতিযোগিতাখনিত ৰাজ্যৰ ১৮০ জন খেলুৱৈ অংশগ্ৰহণ কৰে।

আই টি এফ টাংছু ডু স্প'ৰ্টছ এচ'ছিয়েশ্বন অসমৰ সম্পাদক তথা প্ৰশিক্ষক দেৱজিৎ গগৈৰ নেতৃত্বত অংশগ্ৰহণ কৰা আই টি এফ টাংছু ডু স্প'ৰ্টছ এচছিয়েচশ্বন অসমে প্ৰতিযোগিতাত ২২ টা সোণৰ পদক , ২১ টা ৰূপৰ পদক আৰু ১৭ টা ব্ৰঞ্জৰ পদক লাভেৰে শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে। ল'ৰাৰ শ্ৰেষ্ঠ খিতাপ লাভ কৰে অভিনৱ গগৈয়ে আৰু ছোৱালীৰ শ্ৰেষ্ঠ খিতাপ লাভ কৰে মতী সংঘামিত্ৰা বৰুৱাই ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in