দৰঙৰ খাৰুপেটীয়াত কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ, হত্যাকাৰীৰ পলায়ন

  • দৰঙৰ খাৰুপেটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • বাহাবাৰী গাঁৱত কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ।
  • বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই হত্যাকাণ্ড।
  • জ্যেষ্ঠ ভাতৃ ছলেমান আলীক লাঠিৰে মৰিয়াই হত্যা কনিষ্ঠ ভাতৃ শ্বহিদুলৰ।
  • ভূমি বিবাদক কেন্দ্ৰ কৰি পথাৰৰ মাজত সংঘটিত কৰে এই হত্যাকাণ্ড।
  • ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন হত্যাকাৰী শ্বহিদুল।
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি হত্যাকাৰীৰ সন্ধানত নামি পৰিছে আৰক্ষী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in