শেহতীয়া খবৰ
পুৱাই জুবিনৰ পোষ্টঃ Nooooo CAB .we wl destroy it.  •  নাহৰকটীয়াত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা...  •  লাহোৰত ভয়ংকৰ বোমা বিস্ফোৰণ, নিহত ১  •  'ৰুদ্ৰশিখা'ৰ যোগেদি দ্বিতীয় অসম আন্দোলনৰ ঘোষণা আছুৰ নেতৃত্বত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ...VIDEO  •  হিমাচলপ্ৰদেশত নিয়ন্ত্ৰণহীন হৈ বাগৰিল বাছ, গুৰুতৰভাৱে আহত ১৪ যাত্ৰী...  •  কৰ্ণাটকত ভূমিস্খলন, নিহত ৩ শ্ৰমিক...  •  চামগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ... VIDEO  •  টিহুত ‘কেব’ৰ বিৰোধিতাৰে আছুৰ “মুখ্যমন্ত্ৰীৰ শ্মশান যাত্ৰা” কাৰ্যসূচী... VIDEO  •  ৰোষত নেতা-মন্ত্ৰীঃ দৌৰি বাচিল মন্ত্ৰী ফণীভূষণ, হাতযোৰ কৰি নিমাতে ৰ’ল ৰামেশ্বৰ তেলী, দিলীপ পাটগিৰীৰ গাড়ীতেই লগালে পোষ্টাৰ... VIDEO  •  মঙলদৈ টাউন ক্লাবৰ শতবৰ্ষৰ লগত সংগতি ৰাখি ভৈৰৱকুণ্ডত স্বচ্ছতাৰ সজাগতা সভা...

দৰঙৰ খাৰুপেটীয়াত কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ, হত্যাকাৰীৰ পলায়ন

138
  • দৰঙৰ খাৰুপেটীয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড।
  • বাহাবাৰী গাঁৱত কনিষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ’ল জ্যেষ্ঠ ভাতৃৰ।
  • বৃহস্পতিবাৰে পুৱা সংঘটিত হয় এই হত্যাকাণ্ড।
  • জ্যেষ্ঠ ভাতৃ ছলেমান আলীক লাঠিৰে মৰিয়াই হত্যা কনিষ্ঠ ভাতৃ শ্বহিদুলৰ।
  • ভূমি বিবাদক কেন্দ্ৰ কৰি পথাৰৰ মাজত সংঘটিত কৰে এই হত্যাকাণ্ড।
  • ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই পলায়ন হত্যাকাৰী শ্বহিদুল।
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি হত্যাকাৰীৰ সন্ধানত নামি পৰিছে আৰক্ষী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি